এজিপিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ

এজিপিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ
Published on: 

যোৱা বৃহস্পতি বাৰে বৰপেটা ৰাইজৰ খেলপথাৰত অগপৰ উদ্যোগত আয়োজন কৰা শৃংখনাদ অনুষ্ঠানত অগপই নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।এই অনুষ্ঠানত প্ৰফুল্ল কুমাৰ মহন্ত,অতুল বৰা,কেশৱ মহন্ত,ফণী ভূষণ চৌধুৰী,ভূপেন ৰয় আৰু সত্যব্ৰত কলিতাই অংশ গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com