এন আৰ চি উন্নীতকৰণ: ৩০ জুন ওচৰ চাপি অহাৰ লগে লগে স্পৰ্শকাতৰ জিলাসমূহত কঠোৰ সুৰক্ষা ব্যৱস্থা

এন আৰ চি উন্নীতকৰণ: ৩০ জুন ওচৰ চাপি অহাৰ লগে লগে স্পৰ্শকাতৰ জিলাসমূহত কঠোৰ সুৰক্ষা ব্যৱস্থা
Published on: 

প্ৰথমখন এন আৰ চি খচৰাত মুঠ আবেদনকাৰীৰ মাত্ৰ ৫৭.৬৬% ই হে স্থান পোৱাৰ পিছত অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া সম্পূৰ্ণ খচৰালৈ সকলোৱে আগ্ৰহেৰে বাট চাই আছে। আনহাতে, আৰক্ষীয়ে সংখ্যালঘু অধ্যুসিত যিবোৰ জিলাৰ পৰা অতি কম সংখ্যক আবেদনকাৰীয়ে প্ৰথম খচৰাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেনে জিলাত নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি গঢ়ি তুলিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com