এনআৰচি কেলেংকাৰি এজনক আটক

এনআৰচি কেলেংকাৰি এজনক আটক
Published on

যোৱা শনিবাৰে মঙলদৈৰ আৰক্ষী থানাৰ পৰিৰ্দশক নিৰঞ্জন বৰুৱাৰ সহযোগত এনআৰচি বংশবৃক্ষ পৰীক্ষাৰ বিভাগত কৰ্মৰত এগৰাকী ব্যক্তিক ৪,০০০ টকা ঘোচ লোৱাৰ অভিযোগত আটক কৰে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com