ঐতিহাসিক জয়শ্ৰী চিনেমা হল ৰক্ষাকৰনৰ বাবে আগ্ৰহী

ঐতিহাসিক জয়শ্ৰী চিনেমা হল ৰক্ষাকৰনৰ বাবে আগ্ৰহী
Published on

নগাঁৱ জিলাৰ ঐতিহাসিক জয়শ্ৰী চিনেমা হলটো আঁতৰাই শ্বপিং ম'ল' খোলাৰ বাবে প্ৰস্তুুতি আৰম্ভ কৰিছে।ৰেনেচা জুনিয়ৰ ক'লেজত যোৱাকালি অনুষ্ঠিত হৈ যোৱা সাংবাদিক সন্মিলনত চুটী ছবিৰ নিৰ্দেশক পাৰ্থজিত বৰুৱা আৰু অন্যান্য সাংস্কৃতিক কৰ্মচাৰীৰ লগতৰ নগাঁৱ বাসীয়ে এই কথা ভাল পোৱা নাই।যিহেতু এই জয়শ্ৰী চিনেমাহলটি জ্যোতি প্ৰসাদ আগৰৱালৰ দ্বিতীয় খন ছবি ইন্দ্ৰ-মালতী প্ৰকাশ হৈছিল।সেয়ে এই ঐতিহাসিক হলটো পিছৰ ভৱিষ্যৎ পীড়ীয়ে মনত ৰাখিব পাৰে তাৰ বাবে স্থানীয় এমএলে আৰু ৰাজ্যিক চৰকাৰক হলটিক এটি সংগ্ৰাহলয় ৰূপত ৰাখিবলৈ পাৰ্থজিত বৰুৱাই অনুগ্ৰহ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com