'কছতী জিন্দেগী কি'ৰ ২য় খণ্ড: ইৰিকা ফাৰ্ণ্ডাইজে

'কছতী জিন্দেগী কি'ৰ ২য় খণ্ড: ইৰিকা ফাৰ্ণ্ডাইজে
Published on

এটা সময়ৰ একতা কাপুৰৰ জনপ্ৰিয় ধাৰাবাহিক 'কছতী জিন্দেগী কি" পুনৰ ষ্টাৰ প্লাছত আৰম্ভ হব "কছতী জিন্দেগী কি"ৰ ২য় খণ্ড।য'ত অভিনয় কৰিব চনি চেনেলত শেষ হোৱা ধাৰাবাহিক 'কুচ ৰংগ পিয়াৰ কে এছে ভি'ৰ অভিনেত্ৰী ইৰিকা ফাৰ্ণ্ডাইজ।

ধাৰাবাহিক খনৰ প্ৰমো শ্বুট্যিং ইতিমধ্যো আৰম্ভ হৈ গৈছে।জানিব পৰা অনুসৰি ধাৰাবাহিক খনৰ প্ৰথম দৃশ্যটি হবহু প্ৰথম খণ্ডৰ দৰে দেখুৱা হৈছিল।য'ত চুৱেটা তিৱাৰী ওৰফে প্ৰেৰণাই ৰঙা ৰঙৰ দুপাত্তা আৰু ক'লা ৰঙৰ চেলৱাৰ পৰিধান কৰিছিল,ঠিক তেনেকৈ এইবাৰৰ খণ্ডতো ইৰিকাকো সেই একে ৰূপত দেখা পোৱা গৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com