কফ চিৰাপ,এল্ট গাড়ী জব্দ

কফ চিৰাপ,এল্ট গাড়ী জব্দ
Published on

যোৱা বৃহস্পতিবাৰে আৰ্থিক অধিকাৰী বিভাগৰ দল এটাৰ অভিযানত আহিদুৰ ৰহমান নামৰ ব্যক্তি এজনক বেহাৰবাৰীৰ পৰা দুই কাৰ্টুন কফ চিৰাপ লগতে এল্ট গাড়ী এখনৰ সৈতে গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে ব্যক্তি জন নলবাৰী জিলাৰ মুকালমুৱাৰ হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com