কলঙ্ক ছবিৰ জৰিয়তে পুনৰ সঞ্জয় দত্ত আৰু মাধুৰীৰ একেলগে

কলঙ্ক ছবিৰ জৰিয়তে পুনৰ সঞ্জয় দত্ত আৰু মাধুৰীৰ একেলগে
Published on

ধৰ্মা প্ৰদাক্টচনৰ কলঙ্ক ছবিত মাধুৰী,বৰুন,আদিত্য ৰায় কাপুৰ,আলিয়া ভট্ট,সোনাক্ষী সিনহা,সঞ্জয় দত্ত আদিকে ধৰি বহু কেইজন অভিনেতা-অভিনেত্ৰীক দেখা পোৱা যাব।ইয়াৰ লগতে ২০বছৰৰ পিছত পুনৰ সঞ্জয় সত্ত আৰু মাধুৰীক একেলগে কলঙ্ক ছবিৰ জৰিয়তে দেখা পোৱা যাব।শেহতীয়া ১৯৯৭চনতে মাহান্তা ছবি খনত দুয়োকে একেলগে দেখা পোৱা গৈছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com