BreakingNews
কলাগুৰু বিষ্ণুৰাভাক স্মৰণ
নুনমাটীস্থিত অসম জাতীয় বিদ্যালয়ত যোৱা বুধবাৰে কলাগুৰু বিষ্ণুৰাভা দিৱস পালন কৰা হয়।বিষ্ণুৰাভাৰ এখন ছবি এখন মম জ্বলাই শ্ৰদ্ধা জ্ঞাপন কৰি সভা আৰম্ভনি কৰা হয়।সভা খনত মুখ্য অতিথি হিচাপে অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰাক্তন অধ্যক্ষ আম্বানী ৰঞ্জন পাঠক উপস্থিত থাকে।সভা খনত বিষ্ণুৰাভাৰ জীৱনৰ ওপৰত অলংকৃত কৰা এখন প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন কৰে বিদ্যালয় খনৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ন ডেকাই।