কিহে এই বিষয়াসকলক তেওঁলোকৰ সম্পত্তি ৰাজহুৱা কৰাত বাধা দিছে?

কিহে এই বিষয়াসকলক তেওঁলোকৰ সম্পত্তি ৰাজহুৱা কৰাত বাধা দিছে?
Published on

অসমৰ প্ৰায় ৩০.৭% এ চি এছ বিষয়াই বাধ্যতামূলক বুলি জনাৰ পিছতো তেওঁলোকৰ বছৰেকীয়া সম্পত্তিৰ হিচাপ ৰাজহুৱা কৰাত কিহে বাধা প্ৰদান কৰিছে? যি সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰে ক্ষমতালৈ অহাৰ সময়ৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধ যুঁজ কৰি চৰকাৰৰ স্বচ্ছতা অক্ষুন্ন ৰখাত গুৰুত্ব দি আহিছে, সেই সময়ত চৰকাৰৰ কিছুমান উচ্চ পদস্থ বিষয়াই বিশ্বাস কৰে যে স্বচ্ছতাৰ সলনি গোপনীয়তাইহে তেওঁলোকক সফলতাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। যিসকল বিষয়াই চৰকাৰৰ নীতি অনুসৰি নিজৰ সম্পত্তি ৰাজহুৱা নকৰে, তেনে বিষয়াৰ বিৰুদ্ধে অসম প্ৰশাসনিক সেৱা,১৯৬৫ অৱমাননা কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহন কৰিব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com