গণ সত্যাগ্ৰহ কাৰ্য্যসূচী

গণ সত্যাগ্ৰহ কাৰ্য্যসূচী
Published on

তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমৰ ৰঞ্জন শইকীয়াৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়ক বিল২০১৬ বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে এক সুন্দৰ পদক্ষেপ গ্ৰহন কৰে।আনহাতে যোৱা বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গণ সত্যাগ্ৰহ পন্থা হাতত লয় প্ৰতিবাদ সাব্যস্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com