গড়কাপ্তানী মন্ত্ৰী হিমন্তৰ সৰ্তকবাণী

গড়কাপ্তানী মন্ত্ৰী হিমন্তৰ সৰ্তকবাণী

Published on

গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ অভিযন্তা,কনট্ৰেক্টৰচ সকলৰ সৈতে এখন বৈঠকত বহে।সকলো ধৰনৰ প্ৰজেক্ট তথা কাম সময়ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ।তেওঁ কেৱল সুন্দৰ আৰু সময়ত কাম হোৱাটো বিচাৰে বুলি মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com