চলমান খানে ঈদ পালন কৰিলে পৰিয়ালৰ সৈতে

চলমান খানে ঈদ পালন কৰিলে পৰিয়ালৰ সৈতে
Published on

চুপাৰষ্টাৰ চলমান খানৰ মন পছন্দ উৎসৱ ঈদ পালন কৰিলে পৰিয়ালৰ সৈতে।ইনষ্টাগ্ৰামৰ জৰিয়তে চলমান ভগ্নী আৰ্পিতাই ফটো প্ৰকাশ কৰিলে।গেলেক্সী বেলকনিৰ পৰা হাত বাউল দি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলে চলমানৰ ফেন সকলক।

The Sentinel - of this Land, for its People
www.sentinelassam.com