চলমান খানৰ নিজৰ থিয়েটাৰ চেইন

চলমান খানৰ নিজৰ থিয়েটাৰ চেইন
Published on: 

চলমান খানে অতি সোনকালে নিজৰ থিয়েটাৰ চেইন এটা মুকলি কৰিব ।

থিয়েটাৰ চেইনটোৰ নাম "চলমান টকিজ"

থিয়েটাৰ চেইন ব্ৰণ্ডা নাইবা জুহুত অৱস্থিত হব

এই থিয়েটাৰ চেইন নিৰ্মান কৰাৰ চলমানে ২বছৰৰ আগতে সপোন দেখিছিল।

আয়ুচ শৰ্মাৰ নতুনকৈ আহিবলগীয়া ছবি "লাভ ৰাত্ৰি'খন নিজৰ এই থিয়েটাৰ চেইনত প্ৰৰ্দশন কৰিব চলমানে।

The Sentinel - of this Land, for its People
www.sentinelassam.com