চাহ শ্ৰমিক সকলৰ প্ৰতিবাদ সাব্যস্ত

চাহ শ্ৰমিক সকলৰ প্ৰতিবাদ সাব্যস্ত
Published on

শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলৰ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ অসমে যোৱা মঙলবাৰে সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে।চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০টকা ধাৰ্য কৰাৰ দাবীত এই প্ৰতিবাদ কৰা হয়।ইয়াৰ উপৰিও তেওঁলোকে অসম আৰু কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিক সকলৰ কল্যাণ আৰু সম্প্ৰদায়ৰ কাৰণে কোনো কথা চিন্তা নকৰে কেৱল মাত্ৰ ভোটৰ সময়ত অৰ্থাৎ নিৰ্বাচনৰ সময়তহে প্ৰয়োজন হয় বুলিও ক্ষোভ প্ৰকাশ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com