চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

Published on

দেশৰ উচ্চতম ন্যায়ালয়ে এনআৰচিৰ চূড়ান্ত খচৰা ৩০ জুলাইত প্ৰকাশৰ দিন ধাৰ্য্য কৰাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে অাত্মহননৰ ঘটনা।যিসকলক নিৰ্বাচনী সমিতিয়ে ডি-ভোটাৰ ঘোষণা কৰিছে তেওঁলোকে জেইললৈ যোৱাৰ ভয়তে আত্মহত্যাৰ পথ বাচি লৈছে লোকসকলে।গোৱালপাৰা জিলাৰ এটা ঘটনা পোহৰলৈ আহিছে,যোগীঘোপা আৰক্ষী চকীৰ অন্তৰ্গত আজবাহাৰ আলি আৰু তেওঁৰ পত্নী বালিজান বিবি (৪৫) আত্মহত্যাৰ পথ বাচি লয়।১৯৮৫ চনতে আলি ডি-ভোটাৰ হিচাপে ঘোষিত হৈছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com