চেইফ বিকাশ খান্নাৰ টুইটাৰ যোগেদি কৃতজ্ঞতা স্বীকাৰ

চেইফ বিকাশ খান্নাৰ টুইটাৰ যোগেদি কৃতজ্ঞতা স্বীকাৰ

Published on

১৯৯২চনত মুম্বাইত সংঘটিত হোৱা ঘটনা এটাত বিকাশ খান্নাই দুজন মুছলমান বন্ধুৰ জীৱন ৰক্ষা কৰিছিল। সেয়েহে এই পৱিত্ৰ ৰমজান মাহ উপলক্ষে সেই পৰিয়ালটি লৈ চেলিব্ৰেটী চেইফ বিকাশ খান্নাই নিজৰ তৰফৰ পৰা টুইটাৰ যোগেদি কৃতজ্ঞতা স্বীকাৰ কৰিছে।ইয়াৰ উপৰিও তেওঁ প্ৰত্যেক বছৰৰ ৰমজান মাহত এটা ৰোজা ৰাখে আৰু ঈদ তেওঁৰ বাবে বহু প্ৰয়োজনীয় উৎসৱ বুলিও মতপ্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com