চৰকাৰী পেঞ্চন সংস্থাই নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বিৰোধিতা

চৰকাৰী পেঞ্চন সংস্থাই নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বিৰোধিতা
Published on

কোকৰাঝাৰ জিলাৰ চৰকাৰী পেঞ্চন সংস্থাই নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বিৰোধিতা কৰে।কোকৰাঝাৰ জিলাা শাখাৰ চৰকাৰী পেঞ্চন সংস্থাৰ শিলাধৰ ব্ৰহ্মা আৰু সভাপতি চন্দন নাৰ্জাৰীয়ে এই নাগৰিকত্ব বিল খন অসাংবিধানিক আৰু ই অসম চুক্তিৰ বিৰুদ্ধে বুলি মত প্ৰকাশ কৰে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com