ছীল নকৰা প্ৰশ্ন কাকতকলৈ হাহাকাৰ

ছীল নকৰা প্ৰশ্ন কাকতকলৈ হাহাকাৰ
Published on

২০মে'ত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত পৰীক্ষাত বহু বেমেজালিৰ সৃষ্টি হৈছিল।জানিব পৰা মতে কোনো কোনো ঠাইত ছীল নকৰা প্ৰশ্নকাকতকলৈ বহু কথা চৰ্চিত হোৱাও পৰিলক্ষিত হৈছে।যাৰ ফলত ৰঙিয়াত প্ৰশ্নকাকত কম হোৱাৰ কাৰণ ছীল নকৰা প্ৰশ্নকাকত আগতেই হোৱাটছ এপত লীক হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com