ছেনেগালৰ বিৰুদ্ধে হাৰ মানিলে পোলেন্ড

ছেনেগালৰ বিৰুদ্ধে হাৰ মানিলে পোলেন্ড

Published on

আফ্ৰিকাৰ দেশ ছেনেগালে এখন উত্তেৰ্জনাপূৰ্ন খেলত পোলেন্ডক ২-১ গলত পৰাস্ত কৰি গ্ৰুপত অভিযান আৰম্ভ কৰিছে।পোলেন্ডৰ খেলুৱৈ থিয়েগো ক্লনেকে ৩৭ মিনিটত আত্মঘাতী গলেৰে ছেনেগালক অগ্ৰগতি দিয়াৰ পাছত ৬০ মিনিটত এম বেয়েয়ে আনটো গ'ল দি দলৰ জয় নিশ্চিত কৰে।পোলেন্ডৰ হৈ জে ক্ৰীছোয়ীকে একমাত্ৰ গ'লতো প্ৰতিশোধ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com