ছেমিফাইনেলত শক্তিশালী ফ্ৰান্সৰ সন্মূখত আত্মবিশ্বাসী বেলজিয়াম

ছেমিফাইনেলত শক্তিশালী ফ্ৰান্সৰ সন্মূখত আত্মবিশ্বাসী বেলজিয়াম
Published on

ছেইন্ট পিটাৰচবাৰ্গ ষ্ট্ৰেডিয়ামত মঙলবাৰে নিশা ভাৰতীয় সময় ১১ বাজি ৩০ মিনিটৰ পৰা অনুস্থিত হবলগীয়া প্ৰথমখন ছেমিফাইনেলত ১৯৯৮ চনৰ চেম্পিয়ন ফ্ৰান্স বেলজিয়ামৰ মুখামুখি হব।এন্টনি গ্ৰিজমেন,পল পগবা,এমবাপেৰ দৰে তাৰকা সমৃদ্ধ ফৰাচী দলতো ফেবাৰেট হিচাপে নামিব যদিও ইডেন হাজাৰ্ড,ৰমেলু লুকাকু,ফেলাইনিৰ দৰে তাৰকা থকা বেলজিয়ামো কোনোপধ্যে কম নহয়।কোৱাৰ্টাৰত ফ্ৰান্সে উৰুগুৱেক পৰাস্ত কৰাৰ বিপৰীতে বেলজিয়ামে আয়োজক ৰাচিয়াক পৰাস্ত কৰে।আজি কোন দলে শেষ হাঁহি মাৰি ফাইনেলত প্ৰৱেশ কৰিব সেয়া কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com