জিনকাটাক এখন প্লাষ্টিক মুক্ত গাঁও বনাবলৈ আহ্বান ধুবুৰীৰ উপায়ুক্তই

জিনকাটাক এখন প্লাষ্টিক মুক্ত গাঁও বনাবলৈ আহ্বান ধুবুৰীৰ উপায়ুক্তই

Published on

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত ধুবুৰীৰ বিভিন্ন সামাজিক অনুষ্ঠানে প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱসৰ দিনা ধুবুৰীৰ জিনকাটা আশ্ৰমত এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰি ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে কয় যে গাঁওবাসীলৈ এই আৰ্দশ গাঁওখন প্লাষ্টিকমুক্ত কৰি ৰাখিবলৈ আহ্বান জনায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com