জুলাইৰ ২০তাৰিখৰ পৰা আৰম্ভ আকাশী উৎসৱ

জুলাইৰ ২০তাৰিখৰ পৰা আৰম্ভ আকাশী উৎসৱ
Published on

গুৱাহাটী তাৰকাগৃহত প্ৰস্তুতি চলিছে ২০জুলাইৰ পৰা আৰম্ভ হব লগীয়া তিনটাকৈ জ্যোতিষবিদ্যাৰ প্ৰদৰ্শন।জুলাইৰ ২০তাৰিখৰ পৰা আৰম্ভ হবলগীয়া এই উৎসৱ আগষ্টৰ ৭ তাৰিখলৈ অনুষ্ঠিত হব।কাৰ্য্যালয়ৰ তথ্যানুসৰি লুনাৰ একল্পিচ অনুষ্ঠানটি আৰম্ভ হব জুলাইৰ ২৭তাৰিখে ১১:৫৪ বজাত।জানিব পৰা মতে লুনাৰ একল্পিচ মুঠ ১ঘণ্টা ৪৪মিনিট সময় ধৰি চলিব আৰু সামৰনি পৰিব ৩.৪৯বজাত।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com