জয়ৰ বাহিৰে গত্যান্তৰ নাই ব্ৰাজিলৰ

জয়ৰ বাহিৰে গত্যান্তৰ নাই ব্ৰাজিলৰ
Published on: 

নেইমাৰৰ দেশ ব্ৰাজিল আজি গ্ৰুপ ই'ৰ এখন খেলত কস্তাৰিকাৰ মুমামুখি হব।ব্ৰাজিল।প্ৰথমখন খেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ড্ৰ খেলাৰ পাছত আজিৰ খেলখল জিকাতো অত্যন্ত গুৰুত্বপূৰ্ন হৈ উঠিছে।কস্তাৰিকাৰ বাবে মৰনপন যুজত বিবেচিত হৈছে কিয়নো প্ৰথম খন খেলত চাৰ্বিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছে।আজি হৰা মানেই বিদায় নিচিত কস্তাৰিকাৰ।আজি নেইমাৰ স্বমহিমাৰে উজলি উঠাতো বিচাৰিছে দেশবাসীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com