জৰাজীৰ্ন অৱস্থাত যোগেন্দ্ৰ নাথ ডেকা পথ

জৰাজীৰ্ন অৱস্থাত যোগেন্দ্ৰ নাথ ডেকা পথ
Published on: 

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ মুখ্য পথৰ লগতে নেহৰু পথ সংযোগী যোগেন্দ্ৰ নাথ ডেকা পথৰ কোনোধৰনৰ উন্নতি নোহোৱাত ৰাইজে বহুত দিনৰপৰা জিয়াতু ভুগিবলগীয়া হৈছে।এই পথটো অতি গুৰুত্বপূৰ্ণ কাৰন পথটোতে আছে ডুমডুমা চৰকাৰী চিকিৎসালয়,ডুমডুমা সোনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়,ডুমডুমা বংগীয়া বিদ্যালয়ৰ লগতে দোকান,বজাৰ আৰু বাসগৃহ আছে।ডুমডুমা প্ৰেছ ক্লাব আৰু ডুমডুমা জেষ্ঠ নাগৰিক মঞ্চই ইতিমধ্যে পথৰ মেৰামতিৰ দাবী জনায় ডুমডুমা নগৰ কমিতিৰ অধক্ষ্যক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com