টুইটাৰত এক মহাযুদ্ধ : অনুষ্কা-বিৰাট

টুইটাৰত এক মহাযুদ্ধ : অনুষ্কা-বিৰাট
Published on

বলীউদ অভিনেত্ৰী অনুষ্কা শৰ্মাই পৰিৱেশ সজাগতাৰ হকে মাত মাতি এক ব্যাপক বিৰ্তকৰ মাজত সোমাই পৰিছে। আৰহান সিং নামৰ এজন ব্যক্তিয়ে নিজ গাড়ীত গতি কৰি থকা অৱস্থাত গাড়ীৰ ভিতৰত পৰা নিজৰ খোৱা বস্তুৰ পেকেট ৰাষ্টাত পেলায়।যাৰ ফলত অভিনেত্ৰী গৰাকীয়ে এই কথাৰ হকে মাত দিয়ে।আৰু দুয়োজনৰ মাজত তৰ্কা-তৰ্কিৰ সৃষ্টি হয়।আনহাতে এই কথাটিক কেন্দ্ৰ কৰি টুইটাৰত এক ব্যাপক সমালোচনাৰ সৃষ্টি কৰি অনুষ্কাই কেৱল পাব্লিচিটীৰ বাবে সামান্য কথা এটি ইমান ডাঙৰ কৰা বুলি বহু লোকে মন্তব্য কৰে।কিন্তু অনুষ্কাত পতী তথা ইণ্ডিয়া ক্ৰিকেট টীমৰ কেপ্তেইন বিৰাট কোহলিয়ে টুইটাৰ যোগে প্ৰকাশ কৰি কয় যে অনুষ্কাই কেৱল পৰিৱেশক লৈ সচেতন হৈ এই কথাৰ বিৰুদ্ধে মাত মাতিছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com