ডকমকা কাণ্ড,শান্তিৰ সমদল

ডকমকা কাণ্ড,শান্তিৰ সমদল
Published on: 

কাৰ্বিআংলংৰ ডকমকাত সংঘটিত হোৱা নৰকীয় কাণ্ড প্ৰাণ যোৱা নিলোৎপল আৰু অভিজিতৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ডিজিটেল আৰকাইভৰ অশল হাজৰিকাৰ নেতৃত্বত গনেশগুৰিৰ পৰা কাহিলীপাৰালৈ এক শান্তিৰ সমদল উলিয়াই ।"এই মৰ্মান্তিক ঘটনাটি অসম বুৰঞ্জীৰ এক ক'লা দিন আৰু ইয়াৰ পৰা আমি প্ৰথমে শিকিব লাগিব" বুলি অশল হাজৰিকাই মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com