ডিজিপি আৰু আছুৰ বৈঠক

ডিজিপি আৰু আছুৰ বৈঠক
Published on: 

ডিজিপি কুলধৰ শইকীয়া আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ সৈতে আৰক্ষীৰ প্ৰধান কাৰ্যালয়ত যোৱা শুক্ৰবাৰে এখন সভা আয়োজিত কৰা হয়। অভিজিত আৰু নিলোৎপলৰ হত্যা তথা কাৰ্বিআংলংৰ সেই নৰকীয় ঘটনাৰ উদ্দেশ্য এই সভা খন অনুষ্ঠিত কৰা হয়।ডিজিপি শইকীয়াই জানিব দিয়া অনুসৰি ইতিমধ্যো সেই ঘটনা সন্দৰ্ভত অভিযান চলাই থকা হৈছে আৰু পৰৱৰ্ত্তী পৰ্যায়ত উচিত ব্যৱস্থা গ্ৰহন কৰা হব বুলিও মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com