ডিফুত মেডিকেল ক'লেজ স্থাপনৰ প্ৰস্তাৱক কেন্দ্ৰৰ নাকচ

ডিফুত মেডিকেল ক'লেজ স্থাপনৰ প্ৰস্তাৱক কেন্দ্ৰৰ নাকচ
Published on

কাৰ্বিআংলং জিলাৰ ডিফুত মেডিকেল ক'লেজ স্থাপনক লৈ বিৰ্তকৰ সৃষ্টি।যোৱা সোমবাৰে ইউনিয়ন স্বাস্থ্য মন্ত্ৰীয়ে মেডিকেল কাউঞ্চিলে ডিফুত মেডিকেল ক'লেজ স্থাপনৰ লগতে ১০০টা আসনৰ আৰু ২০১৮-২০১৯ বৰ্ষটো আৰম্ভ কৰিব লাগে বুলি আগবঢ়োৱা মতামতক নাকচ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com