ডুমডুমাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডুমডুমাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
Published on

যোৱা শনিবাৰে ডুমডুমাৰ ডনবস্ক হাই স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা আৰু সমৃতি চিহ্ন প্ৰদান কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com