ড্ৰাগচ যুদ্ধাকাৰী নিজেই পৰিবৰ্তন ড্ৰাগচ বিক্ৰেতালৈ

ড্ৰাগচ যুদ্ধাকাৰী নিজেই পৰিবৰ্তন ড্ৰাগচ বিক্ৰেতালৈ
Published on: 

জাগুন আৰক্ষীয়ে অসম-অৰুণাচল সীমামুৰীয়া অঞ্চলৰ পৰা ড্ৰাগচ বিৰুদ্ধে অভিযান চলোৱা নোমাল পেগুক গ্ৰেপ্তাৰ কৰে।ধৃত ব্যক্তি জনে পূৰ্বতে ড্ৰাগচ বিৰোধী অভিযান চলাইছিল আৰু পিছলৈ নিজে ড্ৰাগচ বিক্ৰেতালৈ পৰিৰ্বতন হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com