তদন্তত কোনোধৰনৰ বৈষম্য নাথাকিব : আৰক্ষী সঞ্চালক প্ৰধান

তদন্তত কোনোধৰনৰ বৈষম্য নাথাকিব : আৰক্ষী সঞ্চালক প্ৰধান
Published on

ৰাজ্য আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া কৈছে যে অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ কেলেঙ্কাৰীৰ তদন্তত কোনোধৰনৰ বৈষম্য ৰৈ নাযায়,কোনো অভিযুক্তই তদন্তৰ পৰা সাৰি যাব নোৱাৰিব,সকলোৱেই উচিত শাস্তি লাভ কৰিব।ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে ১৯ জন লোকসেৱা আয়োগৰ বিষয়াক সাক্ষ্যৰ নমুনা সংগ্ৰহৰ বাবে চমন জাৰি কৰিছে।বিষয়াসকলৰ হাতৰ আখৰ ফৰেনচিক লেবটৰিলৈ পৰিক্ষাৰ বাবে পঠোৱা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰা ১৯ জনৰ ভিতৰত ১৩ জন অসামৰিক বিষয়া,৩ জন আৰক্ষী বিষয়া,এজন জিলা পৰিবহন বিষয়া হোৱাৰ বিপৰিতে দুজন কৰ বিভাগৰ বিষয়া আছে,তাৰে এজন কৰ বিভাগৰ অধীক্ষক আৰু এজন পৰিদৰ্শক।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com