তিনিচুকীয়াত ভুৱা সাংবাদিক গ্ৰেপ্তাৰ

তিনিচুকীয়াত ভুৱা সাংবাদিক গ্ৰেপ্তাৰ
Published on

যোৱা বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষীয়ে দেৱাশিচ দে' নামৰ এজন ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াই। দেৱাশিচে নিজকে তিনিটা বৈদ্যুতিক মাধ্যমৰ বাতৰি চেনেলৰ সদস্য বুলি পৰিচয় দি বহু ওজন তথা ভৰ কঢ়িয়াও ট্ৰাকৰ পৰা টকা দাবী কৰে।ট্ৰাক খনৰ গৰাকীয়ে ট্ৰাক চালক জনৰ পৰা ভূৱা সাংবাদিক গৰাকীৰ কথা সৱিশেষ গম লৈ আৰক্ষীৰ হাতত ভূৱা সাংবাদিক জনক হতাই দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com