থাইলেণ্ডৰ গুহাত আৱদ্ধ হৈ থকা ফুটবল দলটো ৮ জনক উদ্ধাৰ

থাইলেণ্ডৰ গুহাত আৱদ্ধ হৈ থকা ফুটবল দলটো ৮ জনক উদ্ধাৰ
Published on: 

যোৱা দুসপ্তাহৰ পৰা থাইলেণ্ডৰ গুহাত আৱদ্ধ হৈ থকা 'ৱাইল্ড বোৱাৰ্চ' ফুটবল দলটোৰ যোৱা দেওবাৰে নিশা চাৰিজনক উদ্ধাৰ কৰে ।মুঠ আঠজনক এতিয়ালৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বানপানীৰ বাবে প্ৰশিক্ষক সৈতে ফুটবল দলটো আবদ্ধ হৈ আছিল গুহাটোৰ ভিতৰত।বাকী কেইজনক উদ্ধাৰৰ বাবে এতিয়াও অভিযান অব্যাহত আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com