দৰমহা কটাৰ নিৰ্দেশ

দৰমহা কটাৰ নিৰ্দেশ
Published on

যোৱা শুক্ৰবাৰে শিৱসাগৰৰ পৰিদৰ্শক মহম্মদ আব্দুল জেলিলে মৰাণৰ হাইস্কুললৈ হঠাৎতে স্কুল পৰিদৰ্শন কৰিবলৈ গৈ স্কুল খনৰ প্ৰায় ৩০ গৰাকী মান শিক্ষকৰ অনুপস্থিতি দেখি তেওঁলোকৰ দৰমহা পইচা কাটি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com