দাঁতৰ চিকিৎসা শিবিৰৰ আয়োজন

Published on: 

বিশ্ব ধুম্ৰপানৰ দিনাখন শিলচৰৰ পুঠিখাল এল পি স্কুলত শিলচৰৰ লিঅ' ক্লাৱে দাঁতৰ চিকিৎসা শিবিৰৰ লগতে ধুম্ৰপানৰ এক সজাগতা শিবিৰৰ আয়োজন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com