দিশপুৰৰ দৰমহা নিৰিখত শুধৰণি: একাংশ অানন্দিত, একাংশ ক্ষোভিত

দিশপুৰৰ দৰমহা নিৰিখত শুধৰণি: একাংশ অানন্দিত, একাংশ ক্ষোভিত
Published on

ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰমহাৰ ক্ষেত্ৰত পে এনামোলি কমিতিয়ে দিয়া কিছুমান পৰামৰ্শ চৰকাৰে গ্ৰহন কৰাৰ কথা ৰাজহুৱা কৰে আৰু ইয়ে অসম চৰকাৰৰ কৰ্মচাৰীসকলক কিছুপৰিমানে হ'লেও আনন্দিত কৰে। শৰ্মাই কয় যে চৰকাৰে ইতিমধ্যে থকা ২৪ টাৰ উপৰিও অতিৰিক্ত ৬ টা পে গ্ৰেডৰ সৃষ্ঠি কৰিবলৈ এনামোলি কমিতিৰ পৰামৰ্শ কিছুমান গ্ৰহন কৰে। ৬ষ্ঠ দৰমহা আয়োগৰ পৰামৰ্শৱলীত ৩০ টা গ্ৰেড পে আছিলে যিটো ৭ম দৰমহা আয়োগে ২৪ টা লৈ কমাই দিছিল, যাৰ ফলত বিসংগতিপূৰ্ণ বুলি আপত্তি দৰ্শোৱা কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্ঠি হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুনকৈ গ্ৰহন কৰা পৰামৰ্শসমূহ ১ এপ্ৰিল,২০১৬ অৰ্থাৎ যিদিনাৰ পৰা ৭ম দৰমহা আয়োগ আৰু প্ৰঢাক্টিভিটি পে কমিছনৰ পৰামৰ্শসমূহ কাৰ্য্যকৰী হৈছিল সেই একে সময়ৰ পৰাই কাৰ্য্যকৰী হ'ব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com