দুধনৈত বিশেষভাৱে সক্ষম শিশু উদ্ধাৰ

দুধনৈত বিশেষভাৱে সক্ষম শিশু উদ্ধাৰ
Published on: 

বশিষ্ঠ থানাৰ অন্তৰ্গত দুধনৈৰ দেওশিলা নৈৰ দলংৰ তলত এটি ৭বছৰীয়া শিশু উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।নিজৰ সন্তানৰ প্ৰতি থাকিবলগীয়া মৰমৰ বিপৰীতে অতি নিষ্ঠুৰভাৱে পিতৃ-মাতৃয়ে পেলাই থৈ যায় দেওশিলা নৈৰ দলঙৰ তলত।পিতৃ-মাতৃ ক্ৰমে শিলচৰ ৰয় আৰু মুনু দেৱীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।ইফালে শিশুটি বৰ্তমান চাইল্ড লাইনে চমজি লৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com