দুৰ্বল মৰক্কোৰ সন্মুখত শক্তিশালী স্পেইন

দুৰ্বল মৰক্কোৰ সন্মুখত শক্তিশালী স্পেইন
Published on

আজি নিশা কালিনিংগ্ৰাড ষ্ট্ৰেডিয়ামত অনুস্থিত হবলগীয়া গ্ৰুপ বি'ৰ অন্য এখন খেলত শক্তিশালী স্পেইনৰ মুখামুখি হব দুৰ্বল মৰক্কো।স্পেইনে দুখন খেলত ৪ পইন্ট অৰ্জন কৰা বিপৰিতে মৰক্কো দুয়োখন খেলতে পৰাজয়বৰন কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।স্পেইনৰ সন্মুখত যে মৰক্কোৱে শক্তি প্ৰদৰ্শন কৰিব পাৰিব সেয়া মনে নধৰে বিশেষজ্ঞ সকলৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com