"দ্যা এক্সিদেণ্টেল প্ৰাইম মিনিষ্টাৰ" : অনুপম খেৰে প্ৰকাশ কৰিলে অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰটিত কোনে অভিনয় কৰিব

"দ্যা এক্সিদেণ্টেল প্ৰাইম মিনিষ্টাৰ" : অনুপম খেৰে প্ৰকাশ কৰিলে অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰটিত কোনে অভিনয় কৰিব
Published on

অনুপম খেৰৰ নতুনকৈ আহিবলগীয়া ছবি "দ্যা এক্সিদেণ্টেল প্ৰাইম মিনিষ্টাৰ"ত অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰটিত ৰাম অৱতাৰ ভৰদ্বাজে অভিনয় কৰিব বুলি প্ৰকাশ কৰিলে অনুপম খেৰে।

ছবি খনৰ নিৰ্দেশক বিজয় ৰত্নাকৰ গুট্টে আৰু প্ৰযোজক হিচাপে কাম কৰিছে হনচল মেহতাই।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ পত্নী গৌৰচৰন কৌৰ চৰিত্ৰটিত অভিনয় কৰিব দিব্যা সেথে । ছবি খন মুক্তি পাব চলিত বৰ্ষৰ ২১ডিচেম্বৰত।

The Sentinel - of this Land, for its People
www.sentinelassam.com