দৰ্শকক আমোদ দিবলৈ পুনৰ আহি আছে 'ফিৰ হেৰা ফেৰী-৩'

দৰ্শকক আমোদ দিবলৈ পুনৰ আহি আছে 'ফিৰ হেৰা ফেৰী-৩'
Published on

ইবাৰৰ হেৰা ফেৰীতো দেখিব পোৱা যাব অক্ষয় কুমাৰ,সুনীল চেত্ৰী,পৰেশ পাৱালক ।বলীউদৰ অতি জনপ্ৰিয়তাৰে সফলতা লাভ কৰা ছবি এইখন ।২০১৮ৰ ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ব হবলগীয়া ছবি খনৰ নিৰ্দেশক ইন্দ্ৰ কুমাৰ ।

The Sentinel - of this Land, for its People
www.sentinelassam.com