"ধৰক"ৰ ট্ৰেইলাৰ মুকুলি

"ধৰক"ৰ ট্ৰেইলাৰ মুকুলি
Published on

জাহ্নবী কাপুৰ আৰু ঈশান খাট্টাৰ মুক্তি পাবলগীয়া ছবি 'ধৰক'ৰ ট্ৰেইলাৰ মুকলি

জাহ্নবীৰ এইখন প্ৰথম খন ছবি

অভিনেতা ঈশানত এইখন দ্বিতীয় খন ছবি,ইয়াৰ আগত "Beyond The CLoud" ছবি খনত মুল চৰিত্ৰত হঅভিনয় কৰিছিল।

ছবি খন ২০জুলাইত মুক্তি পাব

এইখন ছবি মাৰাঠী ছবি 'ছাইৰাত'ৰ ৰি-মেক হয়

The Sentinel - of this Land, for its People
www.sentinelassam.com