নাগৰিক বিলৰ বিৰুদ্ধে আছু আৰু জনগোষ্ঠীয় সকলে নামিব আন্দোলনত

নাগৰিক বিলৰ বিৰুদ্ধে আছু আৰু জনগোষ্ঠীয় সকলে নামিব আন্দোলনত
Published on: 

নাগৰিকত্ব সংশোধনী বিল২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮টা ভিন্ন জনগোষ্ঠীয়ে তীব্ৰ বিৰোধিতা কৰি অহা ২৯মে'ত গণঅনশন পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।যদিহে তেওঁলোকৰ এই দাবী মানি নলয় তেন্তে পুনৰ অহা ২জুনত আলোচনাত বহিব লগতে জনগোষ্ঠীৰ নেতৃবৰ্গই এই আন্দোলনৰ নাম 'স্বদেশী আন্দোলন বিদেশী বিৰোধী' বুলি নামাকৰণো কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com