নাগৰিক বিলৰ বিৰোধিতা কৰে তৰুণ গগৈৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই

নাগৰিক বিলৰ বিৰোধিতা কৰে তৰুণ গগৈৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তই
Published on

প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুন গগৈ,হিমেন দাস,উদ্ধৱ বৰ্মণ,ড° হিৰেন গোঁহায়ে নাগৰিকত্ব বিলৰ বিৰুদ্ধে বিৰোধিতা কৰে।গুৱাহাটীৰ লক্ষীধৰ বৰাৰ ক্ষেত্ৰত সমন্বয় কমিটী ফৰামে আয়োজন কৰা এই প্ৰতিবাদত বাম গণতান্ত্ৰিক মঞ্চইও অংশ গ্ৰহন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com