নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ
Published on: 

অসম আৰু অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ৰ বাতিলৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই। যোৱা মঙলবাৰে ডিব্ৰুগড় জিলা কমিটীৰ অসমীয়া যুৱ মঞ্চৰ সৈতে বৰবৰুৱা আঞ্চলিক কমিটীয়ে এক বৃহৎ সমদল উলিয়াই। এই সমদল আৰম্ভ হয় চুকাফা ভৱনৰ পৰা লেপেটকাতাৰ বিচিপিএল লৈ।

The Sentinel - of this Land, for its People
www.sentinelassam.com