নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ: ডিমৌত

নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ: ডিমৌত
Published on

যোৱা ২২মে'ত ডিমৌত ৰাইজৰ খেলপথাৰৰ পৰা এক বৃহত সমদল উলিয়াই নাগৰিকত্ব সংশোধনী বিল২০১৬ৰ বিৰোধিতা কৰে।এই সমদলত বহু সংগঠন যেনে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা,ডিমৌ আঞ্চলিক কমিটী,ডিমৌ প্ৰেছ ক্লাৱ,সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেদাৰেছন,কৃষক মুক্তি সংগ্ৰাম সমিতি,অসমীয়া যুৱ মঞ্চ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বহু সংগঠনে অংশ গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com