নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে পুনৰ অতুল বৰা

নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে পুনৰ অতুল বৰা
Published on

নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে পুনৰ বিজেপিৰ বিধায়ক অতুল বৰাই পুনৰ অসম চৰকাৰৰ বিৰুদ্ধে মাত মাতে ।যদি এই বিল খন বিধানসভাৰ মজিয়াত পাছ হয় তেন্তে বিজেপিয়ে নিজ ভেটী হেৰুৱাব বুলিও তেওঁ মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com