নিৰ্মিত কৰা হ'ব ১,১৭২খন কাঠৰ দলং

নিৰ্মিত কৰা হ'ব ১,১৭২খন কাঠৰ দলং
Published on: 

নৱাৰ্ড বৰ্ডে লাচিত-চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ অধীনত ২,০০০কোটি টকা প্ৰদান কৰিব ১,১৭২ খন কাঠৰ দলং নিৰ্মাণৰ বাবে।বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱাৰ্ড বৰ্ডৰ সৈতে মুম্বাইত অনুষ্ঠিত হোৱা এখন সভাত এই মেগা প্ৰজেক্টৰ বিষয়ে আলোচনা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com