নিৰ্মিত হৈ থকা শৌচালয়ৰ মানদন্দ্বৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব

নিৰ্মিত হৈ থকা শৌচালয়ৰ মানদন্দ্বৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব

Published on

স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত হৈ থকা শৌচালয়ৰ মানদন্দ্বৰ ক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ'ব আৰু কোনো এন জি ওয়ে এই ক্ষেত্ৰত গাফিলতি কৰিলে তেনে এন জি ওক ব্লেক লিষ্টেদ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহন কৰা হ'ব। একেধৰণে কোনো বিষয়াই যদি এই আঁচনিৰ ৰূপায়নত গাফিলতি কৰে তেওঁলোকৰ ক্ষেত্ৰতো কঠিন ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি লক্ষীমপুৰৰ জিলা আবৰ্ত্ত ভৱনৰ এখন সভাত অংশ লৈ এনেদৰে কয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com