পদপথৰ আম বিক্ৰেতাক গ্ৰেপ্তাৰ

পদপথৰ আম বিক্ৰেতাক গ্ৰেপ্তাৰ
Published on

যোৱা বুধবাৰে ভৰলুমুখ আৰক্ষীয়ে চিনাক্ত কৰা পদপথৰ বেপাৰী লক্ষ্মী মহাতু নামৰ ব্যক্তি এজনক কেমিকেল দিয়া আম বিক্ৰী কৰা অপৰাধত ভৰলুমুখৰ কুমাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তথ্যানুসৰি কৃত্ৰিম ভাৱে আম পকাই থকা অৱস্থাত ভৰলুমুখ আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com