পশ্চিমবংগত গোটেইকেইখন লোকসভা আসন তৃণমূল কংগ্ৰেছে লাভ কৰিব : মমতা বেনাৰ্জী

পশ্চিমবংগত গোটেইকেইখন লোকসভা আসন তৃণমূল কংগ্ৰেছে লাভ কৰিব : মমতা বেনাৰ্জী
Published on: 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে এক ৰেলীত দাবী কৰি কয় যে আগন্তক লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ ৪২ খন আসনৰ ভিতৰত আটাইকেইখনেই তৃণমূল কংগ্ৰেছে লাভ কৰিব।লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষক ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰক্ষা কৰিবলৈ এক বৃহৎ ৰেলী আয়োজন কৰি দেশৰ বিৰুধী দল সমূহৰ বাঘা বাঘা ৰাজনৈতিক নেতা সকলক নিমন্তন কৰা হব।বৰ্তমান পশ্চিমবংগত ৩৬ খন আসন তৃণমূল কংগ্ৰেছৰ দখলত আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com